For faster navigation, this Iframe is preloading the Wikiwand page for গ্ৰীষ্মকালীন পেৰালিম্পিক ২০২৪ত ভাৰত.

গ্ৰীষ্মকালীন পেৰালিম্পিক ২০২৪ত ভাৰত

২০২৪ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতবৰ্ষ

ভাৰতৰ পতাকা
আইঅ'চি ক'ড   IND
পেৰিছ, ফ্ৰান্স
আগষ্ট ২৮, ২০২৪ (2024-08-28) - ছেপ্টেম্বৰ ৮, ২০২৪ (2024-09-08)
প্ৰতিযোগী ৮৪ জন
আৰম্ভনি পতাকা বহনকাৰী ভাগ্ৰশ্ৰী যাদৱ
সুমিত আন্তিল
সামৰণি পতাকা বহনকাৰী প্ৰীতি পাল
হৰবিন্দৰ সিং
পদক
স্থান: ১৮
স্বৰ্ণ
ৰূপ
ব্ৰঞ্জ
১৩
মুঠ
২৯
গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতবৰ্ষ
২০১৬ . ২০২০ . ২০২৪

২০২৪ চনৰ ২৮ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈকে পেৰিছত অনুষ্ঠিত হোৱা ২০২৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতে অংশগ্ৰহণ কৰে। ১৯৬৮ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত দেশখনে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছিল আৰু ১৯৮৪ চনৰ পৰা গ্ৰীষ্মকালীন পেৰালিম্পিকৰ প্ৰতিটো সংস্কৰণতে অংশগ্ৰহণ কৰি আহিছে।[1]

ইয়াৰ পূৰ্বে ভাৰতে পেৰালিম্পিক গেমছত যোগদান কৰি সৰ্বমুঠ ৩১টা পদক অৰ্জন কৰিছে। ভাৰতৰ বাবে সকলোতকৈ সফল পেৰালিম্পিক অভিযান আছিল ২০২০ চনত টকিঅ’ত অনুষ্ঠিত পেৰালিম্পিক গেমছত। এই প্ৰতিযোগিতাত ভাৰতে ৫টা স্বৰ্ণ, আঠটা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদককে ধৰি মুঠ ১৯টা পদক লাভ কৰিছিল।

২০২৪ চনৰ পেৰালিম্পিক গেমছলৈ ভাৰতে ১২খন খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৮৪জন খেলুৱৈৰে গঠিত এটা দল প্ৰেৰণ কৰে।[2] ভাৰতৰ হৈ উন্মোচনী অনুষ্ঠানৰ পতাকা বহন কৰে ভাগ্যশ্ৰী জাধৱ আৰু সুমিত আন্তিলে[3] আনহাতেদি, প্ৰীতি পাল আৰু হৰবিন্দৰ সিং আছিল সামৰণি অনুষ্ঠানৰ পতাকা বাহক।

পেৰালিম্পিকৰ এই পেৰিছৰ সংস্কৰণটো এতিয়ালৈকে দেশৰ বাবে আটাইতকৈ সফল সংস্কৰণ হিচাপে পৰিগণিত হৈছে। এই সফলতাৰ ভিতৰত আছে ৭টা সোণ, ৯টা ৰূপ, আৰু ১৩টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২৯টা পদক। এয়া ভাৰতৰ পেৰালিম্পিক গেমছত বৰ্তমানলৈ সৰ্বাধিক পদকৰ পৰিসংখ্যা আছিল যিয়ে টকিঅ’ ২০২০ টেলিৰ ১৯টা পদকক অতিক্ৰম কৰিবলৈ সক্ষম হয়।

পদক তালিকা

[সম্পাদনা কৰক]
পদকবিজয়ীসকল[4]
পদক নাম খেল শাখা তাৰিখ
Gold স্বৰ্ণ পদক অৱনী লেখাৰা শ্বুটিং মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ৩০ আগষ্ট
Gold স্বৰ্ণ পদক নিতেশ কুমাৰ বেডমিণ্টন পুৰুষৰ একক এছএল৩ ২ ছেপ্তেম্বৰ
Gold স্বৰ্ণ পদক সুমিত আন্তিল এথলেটিক্স পুৰুষৰ যাঠী দলিওৱা এফ৬৪
Gold স্বৰ্ণ পদক হৰবিন্দৰ সিং আৰ্চাৰি পুৰুষৰ একক ৰেকাৰ্ভ অপেন ৪ ছেপ্তেম্বৰ
Gold স্বৰ্ণ পদক ধৰ্মবীৰ নৈন এথলেটিক্স ক্লাৱ থ্ৰ' এফ৫১ ৪ ছেপ্টেম্বৰ
Gold স্বৰ্ণ পদক প্ৰবীণ কুমাৰ ওখ জাপ টি৬৪ ৬ ছেপ্টেম্বৰ
Gold স্বৰ্ণ পদক নৱদীপ সিং পুৰুষৰ যাঠী দলিওৱা এফ৪১ ৭ ছেপ্টেম্বৰ
Silver ৰূপৰ পদক মনীষ নাৰৱাল শ্বুটিং পুৰুষৰ পি১ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ৩০ আগষ্ট
Silver ৰূপৰ পদক নিশাদ কুমাৰ এথলেটিক্স পুৰুষৰ ওখ জাপ টি৪৭ ১ ছেপ্তেম্বৰ
Silver ৰূপৰ পদক যোগেশ কাথুনিয়া পুৰুষৰ কাঁ‌হী দলিওৱা এফ৫৬ ২ ছেপ্তেম্বৰ
Silver ৰূপৰ পদক তুলসীমতি মুৰুগেছান বেডমিণ্টন মহিলাৰ একক এছইউ৫
Silver ৰূপৰ পদক সুহাস ললিনাকেৰী য়াথিৰাজ বেডমিণ্টন পুৰুষৰ একক এছএল৪
Silver ৰূপৰ পদক অজিত সিং যাদৱ এথলেটিক্স পুৰুষৰ যাঠী দলিওৱা এফ৪৬ ৩ ছেপ্তেম্বৰ
Silver ৰূপৰ পদক শাৰদ কুমাৰ পুৰুষৰ ওখ জাপ টি৬৩
Silver ৰূপৰ পদক শচীন চাৰ্জেৰাও খিলাৰী পুৰুষৰ গধূৰবস্তু দলিওৱা এফ৪৬ ৪ ছেপ্তেম্বৰ
Silver ৰূপৰ পদক প্ৰণৱ চুৰমা ক্লাৱ থ্ৰ' এফ৫১
Bronze ব্ৰঞ্জৰ পদক মোনা আগৰৱাল শ্বুটিং মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ৩০ আগষ্ট
Bronze ব্ৰঞ্জৰ পদক প্ৰীতি পাল এথলেটিক্স মহিলাৰ ১০০ মিটাৰ টি৩৫ ৩০ আগষ্ট
Bronze ব্ৰঞ্জৰ পদক ৰুবিনা ফ্ৰান্সিছ শ্বুটিং মহিলাৰ পি২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ৩১ আগষ্ট
Bronze ব্ৰঞ্জৰ পদক প্ৰীতি পাল এথলেটিক্স মহিলাৰ ২০০ মিটাৰ টি৩৫ ১ ছেপ্তেম্বৰ
Bronze ব্ৰঞ্জৰ পদক মণিষা ৰামাদাস বেডমিণ্টন মহিলাৰ একক এছইউ৫ ২ ছেপ্তেম্বৰ
Bronze ব্ৰঞ্জৰ পদক শীতল দেৱী, ৰাকেশ কুমাৰ আৰ্চাৰি মিশ্ৰিত দল কম্পাউণ্ড
Bronze ব্ৰঞ্জৰ পদক নিত্যা শিৱন বেডমিণ্টন মহিলাৰ একক এছএইচ৬
Bronze ব্ৰঞ্জৰ পদক দীপ্তি জীৱনজী এথলেটিক্স মহিলাৰ ৪০০ মিটাৰ টি২০ ৩ ছেপ্তেম্বৰ
Bronze ব্ৰঞ্জৰ পদক মাৰীয়াপ্পান থানগাভেলু পুৰুষৰ ওখ জাপ টি৬৩
Bronze ব্ৰঞ্জৰ পদক সুন্দৰ সিং গুৰ্জাৰ পুৰুষৰ যাঠী দলিওৱা এফ৪৬
Bronze ব্ৰঞ্জৰ পদক কপিল পৰমাৰ জুডো পুৰুষৰ জে১ -৬০কেজি ৫ ছেপ্তেম্বৰ
Bronze ব্ৰঞ্জৰ পদক হোকাটো হোটোঝে ছেমা এথলেটিক্স পুৰুষৰ গধূৰবস্তু দলিওৱা এফ ৫৭ ৬ ছেপ্তেম্বৰ
Bronze ব্ৰঞ্জৰ পদক চিমৰন শৰ্মা মহিলাৰ ২০০ মিটাৰ টি১২ ৭ ছেপ্তেম্বৰ
খেল অনুসৰি পদক
খেল সোণ ৰূপ ব্ৰঞ্জ মুঠ
শ্বুটিং
বেডমিণ্টন
এথলেটিক্স ১৭
আৰ্চাৰী
মুঠ ১৩ ২৯
দিন অনুসৰি পদক
দিন তাৰিখ সোণ ৰূপ ব্ৰঞ্জ মুঠ
২৯ আগষ্ট
৩০ আগষ্ট
৩১ আগষ্ট
১ ছেপ্তেম্বৰ
২ ছেপ্তেম্বৰ
৩ ছেপ্তেম্বৰ
৪ ছেপ্তেম্বৰ
৫ ছেপ্তেম্বৰ
৬ ছেপ্তেম্বৰ
১০ ৭ ছেপ্তেম্বৰ
১১ ৮ ছেপ্তেম্বৰ
মুঠ ১৩ ২৯
লিংগ অনুসৰি পদক
লিংগ সোণ ৰূপ ব্ৰঞ্জ মুঠ
পুৰুষ ১৮
মহিলা ১০
মিশ্ৰিত
মুঠ ১৩ ২৯
একাধিক পদকবিজয়ী
নাম শাখা 1 2 3 মুঠ
প্ৰীতি পাল এথলেটিক্স

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
গ্ৰীষ্মকালীন পেৰালিম্পিক ২০২৪ত ভাৰত
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?