For faster navigation, this Iframe is preloading the Wikiwand page for গুলাব চান্দ কাটাৰিয়া.

গুলাব চান্দ কাটাৰিয়া

গুলাব চান্দ কাটাৰিয়া
অসমৰ ২৭তম ৰাজ্যপাল
কাৰ্যকাল
২২ ফেব্ৰুৱাৰী ২০২৩ – ২৯ জুলাই ২০২৪
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
পূৰ্বসূৰী জগদীশ মুখী
বিৰোধী দলপতি, ৰাজস্থান বিধানসভা
কাৰ্যকাল
১৭ জানুৱাৰী ২০১৯ – ১৬ ফেব্ৰুৱাৰী ২০২৩
মুখ্যমন্ত্ৰী অশোক গেহলট
পূৰ্বসূৰী ৰামেশ্বৰ লাল দুদি
উত্তৰসূৰী ৰাজেন্দ্ৰ সিং ৰাথোৰ
কাৰ্যকাল
২১ ফেব্ৰুৱাৰী ২০১৩ – ৯ ডিচেম্বৰ ২০১৩
মুখ্যমন্ত্ৰী অশোক গেহলট
পূৰ্বসূৰী বসুন্ধৰা ৰাজে
উত্তৰসূৰী ৰামেশ্বৰ লাল দুদি
কাৰ্যকাল
২৫ আগষ্ট ২০০২ – ৪ ডিচেম্বৰ ২০০৩
মুখ্যমন্ত্ৰী অশোক গেহলট
পূৰ্বসূৰী ভৈৰোঁ সিং শ্বেখৱট
উত্তৰসূৰী বুলাকি দাস কাল্লা
কেবিনেট মন্ত্ৰী,
ৰাজস্থান চৰকাৰ
কাৰ্যকাল
২০ ডিচেম্বৰ ২০১৩ – ১১ ডিচেম্বৰ ২০১৮
মন্ত্ৰালয়
পদাধিকাৰ
গৃহমন্ত্ৰী ২৮ অক্টোবৰ ২০১৪ - ১১ ডিচেম্বৰ ২০১৮
গ্ৰামোন্নয়ন মন্ত্ৰী ২০ ডিচেম্বৰ ২০১৩ - ২৮ অক্টোবৰ ২০১৪
কাৰ্যকাল
৮ ডিচেম্বৰ ২০০৩ – ১৩ ডিচেম্বৰ ২০০৮
মন্ত্ৰালয়
পদাধিকাৰ
গৃহমন্ত্ৰী ৩১ মে' ২০০৪ - ১৩ ডিচেম্বৰ ২০০৮
লোকনিৰ্মাণ বিভাগ ৮ ডিচেম্বৰ ২০০৩ - ৩০ মে' ২০০৪
কাৰ্যকাল
১৩ ডিচেম্বৰ ১৯৯৩ – ৩০ নৱেম্বৰ ১৯৯৮
মন্ত্ৰালয়
পদাধিকাৰ
প্ৰাথমিক আৰু মাধ্যমিক শিক্ষামন্ত্ৰী ১৩ ডিচেম্বৰ ১৯৯৩ - ৩০ নৱেম্বৰ ১৯৯৮
ৰাজস্থান বিধানসভাৰ সদস্য
কাৰ্যকাল
২০০৩ – ১৬ ফেব্ৰুৱাৰী ২০২৩
পূৰ্বসূৰী ত্ৰিলোক পূৰ্বীয়া
সমষ্টি উদয়পুৰ বিধানসভা সমষ্টি
কাৰ্যকাল
১৯৯৩ – ২০০৩
পূৰ্বসূৰী চগন লাল
উত্তৰসূৰী প্ৰকাশ চৌধাৰী
সমষ্টি বাৰী চাদ্ৰী বিধানসভা সমষ্টি
কাৰ্যকাল
১৯৭৭ – ১৯৮৫
পূৰ্বসূৰী ভানু কুমাৰ শাস্ত্ৰী
উত্তৰসূৰী গিৰিজা ব্যাস
সমষ্টি উদয়পুৰ বিধানসভা সমষ্টি
লোকসভাৰ সদস্য
কাৰ্যকাল
১৯৮৯ – ১৯৯১
পূৰ্বসূৰী ইন্দুবালা সুখদিয়া
উত্তৰসূৰী গিৰিজা ব্যাস
সমষ্টি উদয়পুৰ লোকসভা সমষ্টি
ভাৰতীয় জনতা পাৰ্টি, ৰাজস্থান ৰাজ্যিক গোটৰ অধ্যক্ষ
কাৰ্যকাল
২৭ মে' ১৯৯৯ – ১৯ জুন ২০০০
পূৰ্বসূৰী ৰঘুবীৰ সিং কশাল
উত্তৰসূৰী ভৱৰ লাল শৰ্মা
ব্যক্তিগত তথ্য
জন্ম ১৩ অক্টোবৰ, ১৯৪৪ (৭৯ বছৰ)
ৰাজসমণ্ড, ৰাজপুতনা এজেঞ্চি, ব্ৰিটিছ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী অনিতা কাটাৰিয়া
সন্তান
বাসস্থান ৰাজভৱন, গুৱাহাটী

গুলাব চান্দ কাটাৰিয়া (ইংৰাজী: Gulab Chand Kataria; জন্ম: ১৩ অক্টোবৰ ১৯৪৪) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান পঞ্জাবৰ ৰাজ্যপাল। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে মনোনীত কৰাৰ পিছত ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে তেওঁ অসমৰ ২৭তম ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ২০২৪ চনৰ ২৯ জুলাই তাৰিখে তেওঁ পঞ্জাবৰ ৩০তম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে আৰু তেওঁৰ ঠাইত লক্ষ্মণ আচাৰ্যয়ে অসমৰ ৰাজ্যপাল হিচাপে পদভাৰ লাভ কৰে। তেওঁ ২০১৩ চনৰ পৰা ২০১৮ চনলৈ, ২০০৩ চনৰ পৰা ২০০৮ চনলৈ আৰু ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে ৰাজস্থান চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজস্থানৰ বিজেপিৰ জ্যেষ্ঠ নেতাৰ লগতে দলটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সক্ৰিয় সদস্য।[1] ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে উদয়পুৰৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদনত নৱম লোকসভাত প্ৰতিনিধিত্ব কৰিছিল। ২০১৯ চনৰ পৰা ২০২৩, ২০১৩ চনৰ পৰা ২০১৩ চনলৈকে আৰু ২০০২ চনৰ পৰা ২০০৩ চনলৈকে ৰাজস্থান বিধানসভাৰ বিৰোধী দলৰ নেতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৯ চনৰ পৰা ২০০০ চনলৈ তেওঁ ভাৰতীয় জনতা পাৰ্টি, ৰাজস্থান ৰাজ্যিক গোটৰ অধ্যক্ষ আছিল। তদুপৰি তেওঁ ২০০৩ চনৰ পৰা ২০২৩ চনলৈ উদয়পুৰৰ পৰা আৰু ১৯৭৭ চনৰ পৰা ১৯৮৬ চনলৈ আৰু ১৯৯৩ চনৰ পৰা ২০০৩ চনলৈ বাৰী চাদ্ৰীৰ পৰা ৰাজস্থান বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৪৪ চনৰ ১৩ অক্টোবৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ৰাজপুতনা এজেঞ্চিৰ ৰাজসমণ্ডত গুলাব চান্দ কাটাৰিয়াৰ জন্ম হৈছিল।[3] তেওঁ অনিতা কাটাৰিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ ৫ গৰাকী কন্যা সন্তান আছে।[4]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

কাটাৰিয়াই ২০০৪ চনৰ পৰা ২০০৮ চনলৈ আৰু পুনৰ ২০১৪ চনৰ পৰা ২০১৮ চনলৈকে ৰাজস্থানৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[5] ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে ভৈৰোঁ সিং শ্বেখাৱট চৰকাৰত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা কাটাৰিয়াই ১৯৯৩ চনৰ পৰা ২০০৩ চনলৈ বাৰী চাদ্ৰীৰ বিধায়ক আছিল।

ৰাজনৈতিক পদ

[সম্পাদনা কৰক]

বিভাগীয় পদবী

[সম্পাদনা কৰক]
ক্ৰমিক নং পদবী বিভাগ চৰকাৰ বা বিধানসভা কাৰ্যকাল
১. সদস্য অনুমান সমিতি ৰাজস্থান বিধানসভা ১৯৮০ - ১৯৮১
২. সদস্য অনুমান সমিতি (ক) ৰাজস্থান বিধানসভা ১৯৮১ - ১৯৮৫
৩. সদস্য দাখিল কৰা দস্তাৱেজৰ সমিতি লোকসভা ১৯৯০
৪. সদস্য কৃষি সমিতি লোকসভা ১৯৯০
৫. মন্ত্ৰী প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা আৰু ভাষা ৰাজস্থান চৰকাৰ ১৯৯৩ - ১৯৯৮
৬. মন্ত্ৰী সংস্কৃত শিক্ষা, ভাষিক সংখ্যালঘু, ভাষা (ভাষা বিভাগ), দেৱস্থান ৰাজস্থান চৰকাৰ ১৯৯৩ - ১৯৯৮
৭. অধ্যক্ষ ৰাজহুৱা হিচাপ সমিতি ৰাজস্থান বিধানসভা ১৯৯৯ - ২০০০
৮. সদস্য গৃহকমিটি ৰাজস্থান বিধানসভা ১৯৯৯ - ২০০০
৯. বিধায়ক বিৰোধী দলৰ নেতা ৰাজস্থান বিধানসভা ২০০২ - ২০০৩
১০. মন্ত্ৰী গৃহ আৰু লোকনিৰ্মাণ বিভাগ ৰাজস্থান চৰকাৰ ২০০৪
১১. মন্ত্ৰী গৃহ ৰাজস্থান চৰকাৰ ২০০৪ - ২০০৮
১২. মন্ত্ৰী গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ ৰাজস্থান চৰকাৰ ২০১৩
১৩. মন্ত্ৰী গৃহ ৰাজস্থান চৰকাৰ ২০১৩ - ২০১৮
১৪. বিধায়ক বিৰোধী দলৰ নেতা ৰাজস্থান বিধানসভা ২০১৮ - ১৬ ফেব্ৰুৱাৰী ২০২৩[6]
১৫. অসমৰ ৰাজ্যপাল ৰাজ্যপাল অসম ফেব্ৰুৱাৰী ২০২৩- বৰ্তমানলৈ

নিৰ্বাচন

[সম্পাদনা কৰক]
ক্ৰমিক নং বিধানসভা/লোকসভা পদ কাৰ্যকাল দল
১. ষষ্ঠ ৰাজস্থান বিধানসভা বিধায়ক ১৯৭৭ - ১৯৮০ জনতা পাৰ্টি
২. সপ্তম ৰাজস্থান বিধানসভা বিধায়ক ১৯৮০ - ১৯৮৫ ভাৰতীয় জনতা পাৰ্টি
৩. নৱম লোকসভা সাংসদ ১৯৮৯ - ১৯৯১ ভাৰতীয় জনতা পাৰ্টি
৪. দশম ৰাজস্থান বিধানসভা বিধায়ক ১৯৯৩ - ১৯৯৮ চন ভাৰতীয় জনতা পাৰ্টি
৫. একাদশ ৰাজস্থান বিধানসভা বিধায়ক ১৯৯৮ - ২০০৩ ভাৰতীয় জনতা পাৰ্টি
৬. দ্বাদশ ৰাজস্থান বিধানসভা বিধায়ক ২০০৩ - ২০০৮ ভাৰতীয় জনতা পাৰ্টি
৭. ত্ৰয়োদশ ৰাজস্থান বিধানসভা বিধায়ক ২০০৮ - ২০১৩ ভাৰতীয় জনতা পাৰ্টি
৮. চতুৰ্দশ ৰাজস্থান বিধানসভা বিধায়ক ২০১৩ - ২০১৮ ভাৰতীয় জনতা পাৰ্টি
৯. পঞ্চদশ ৰাজস্থান বিধানসভা' বিধায়ক ২০১৮-১৬ ফেব্ৰুৱাৰী ২০২৩[7] ভাৰতীয় জনতা পাৰ্টি

দলীয় পদবী

[সম্পাদনা কৰক]
ক্ৰমিক নং। পদবী কাৰ্যকাল সংস্থা দল
১. উপ-সভাপতি আৰু সাধাৰণ সম্পাদক ১৯৭৭ - ১৯৮০ জনতা যুৱ মৰ্চা জনতা পাৰ্টি
২. সম্পাদক ১৯৮০ - ১৯৮৫ ৰাজস্থান ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় জনতা পাৰ্টি
৩. সাধাৰণ সম্পাদক ১৯৮৬ - ১৯৯৩ চন ৰাজস্থান ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় জনতা পাৰ্টি
৪. অধ্যক্ষ ১৯৯৯ - ২০০০ ৰাজস্থান ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় জনতা পাৰ্টি

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Sheikh fake encounter case: CBI books BJP leader Gulab Chand Kataria | India News - Times of India" (en ভাষাত). The Times of India. May 14, 2013. https://timesofindia.indiatimes.com/india/sheikh-fake-encounter-case-cbi-books-bjp-leader-gulab-chand-kataria/articleshow/20050548.cms। আহৰণ কৰা হৈছে: 2021-05-13. 
  2. "Leader of the Opposition Rajasthan Legislative Assembly". Rajasthan Legislative Assembly. https://rajassembly.nic.in/GCKataria.aspx। আহৰণ কৰা হৈছে: 11 October 2021. 
  3. "Kataria shift nudges caste equation" (en ভাষাত). Hindustan Times. 2003-11-07. https://www.hindustantimes.com/india/kataria-shift-nudges-caste-equation/story-Mv0lJx4NNI1mpd5MlgqS0L.html। আহৰণ কৰা হৈছে: 2021-05-13. 
  4. Khan, Mohammad Hamza (20 June 2016). "Not many are surprised over Rajasthan minister Kataria's 'sa** Manmohan' remark". The Indian Express. Archived from the original on 21 July 2018. https://archive.today/20180721205804/https://indianexpress.com/article/explained/not-many-are-surprised-over-rajasthan-home-minister-gulab-chand-katarias-sa-manmohan-remark-2864416/। আহৰণ কৰা হৈছে: 21 July 2018. 
  5. Wadhawan, Dev Ankur (March 27, 2017). "Rajasthan: Congress seeks home minister's resignation over comments in Bikaner gangrape case" (en ভাষাত). India Today. https://www.indiatoday.in/india/story/bikaner-gangrape-congress-sachin-pilot-rajasthan-home-minister-gulab-chand-kataria-967946-2017-03-27। আহৰণ কৰা হৈছে: 2021-05-13. 
  6. "Resignation from the membership of the Legislative Assembly". Zoom News. https://www.zoomnews.in/en/news-detail/leader-of-opposition-gulab-chand-kataria-resigns-from-the-membership-of-the-legislative-assembly.html। আহৰণ কৰা হৈছে: 16 February 2023. 
  7. "Resignation from the membership of the Legislative Assembly". Zoom News. https://www.zoomnews.in/en/news-detail/leader-of-opposition-gulab-chand-kataria-resigns-from-the-membership-of-the-legislative-assembly.html। আহৰণ কৰা হৈছে: 16 February 2023. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
গুলাব চান্দ কাটাৰিয়া
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?