কিয়ামত
কিয়ামত আৰৱী শব্দ। ইয়াৰ অৰ্থ হ'ল- মহাপ্ৰলয়, পুনৰুত্থান। ইয়াওমুল কিয়ামাৰ অৰ্থ হ'ল- কিয়ামতৰ দিৱস। কিয়ামত দিৱসৰ আৰু নাম আছে। যেনেকৈ— ইয়াওমুল জাজা বা প্ৰতিদান দিৱস, ইয়াওমুল হিচাব বা হিচাপৰ দিৱস, ইয়াওমুল কাজা বা বিচাৰ দিৱস, ইয়াওমুদ-দিন বা শেষ বিচাৰৰৰ দিন, ইয়াওমুল হাশ্বৰ বা সমাবেশৰ দিন, ইয়াওমুল জাময়ে বা একত্ৰিত কৰাৰ দিন, ইয়াওমুল বায়াছ বা পুনৰুত্থান দিৱস ইত্যাদি।[1]
কিয়ামতৰ আলামতঃ
[সম্পাদনা কৰক]কিয়ামতৰ আগৰ সমাজব্যৱস্থাঃ
[সম্পাদনা কৰক]কিয়ামতৰ ডাঙৰ আলামতসমূহঃ
[সম্পাদনা কৰক]কিয়ামতৰ ১০টা ডাঙৰ নিদৰ্শনঃ
[সম্পাদনা কৰক]কিয়ামত আৰু কিমান দূৰতঃ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ কিতাপঃ মহাপ্ৰলয় (কিয়ামত) আসন্ন নেকি! , লেখকঃমুফতি মুহাম্মদ ৰফিকুল ইছলাম
Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.