For faster navigation, this Iframe is preloading the Wikiwand page for ঔষধ.

ঔষধ

কিছুমান ঔষধ।
কিছুমান ঔষধ।

ঔষধ (ইংৰাজী: pharmaceutical drug) হৈছে ৰোগৰ কাৰণ, চিকিৎসা, আৰু ৰোগ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ দৰৱ।[1][2][3] চিকিৎসা ক্ষেত্ৰত ঔষধ এটা অতি প্ৰয়োজনীয় অংগ, ঔষধিয় বিজ্ঞানৰ ক্ৰমাগত বিকাশ আৰু ঔষধালয়বোৰৰ যথাৰ্থ পৰিচালনাৰ বাবেও ঔষধ এটা প্ৰয়োজনীয় আহিলা। বিভিন্ন বেমাৰৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ জৰিয়তে সুস্বাস্থ্য বৰ্তাই ৰখা আৰু হেৰুৱা স্বাস্থ্য পুনৰুদ্ধাৰৰ বাবে বিকশিত স্বাস্থ্য ৰক্ষাৰ উপায় হৈছে ঔষধ।

ঔষধবোৰ জীৱচিকিৎসা বিজ্ঞান, জীৱচিকিৎসা অনুসন্ধান, বংশগতি আৰু চিকিৎসা প্ৰযুক্তিত, বিশেষভাৱে ঔষধিয় বা অস্ত্ৰোপচাৰৰ যোগেদি ৰোগৰ কাৰণ, চিকিৎসা, আৰু ৰোগ আৰু আঘাতৰ উপাচাৰৰ বাবে ব্যৱহৃত হয়।[4]

প্ৰাকবৈজ্ঞানিক ঔষধবোৰক আজিকালি পৰম্পৰাগত ঔষধ আৰু লোক ঔষধ বোলে। এই ঔষধবোৰ সাধাৰণভাৱে অথবা বৈজ্ঞানিক ঔষধৰ সলনি ব্যৱহৃত হয়, সেইবাবে বিকল্প ঔষধ বুলিও কোৱা হয়।

ঔষধৰ আৱিষ্কাৰ আৰু ঔষধৰ বিকাশ অতি জটিল তথা খৰচী কাৰ্য, এই কাৰ্যবোৰ ঔষধ প্ৰতিষ্ঠান, বিজ্ঞানী, আৰু চৰকাৰে সম্পাদন কৰে। কোনবোৰ ঔষধ বজাৰত বিক্ৰী কৰিব পাৰি, কেনেকৈ বিক্ৰী কৰিব আৰু ঔষধৰ মূল্য আদি চৰকাৰে পৰিচালনা কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

ঔষধ কোৰ পৰা কেনেকৈ

  1. Definition and classification of Drug or Pharmaceutical Regulatory aspects of drug approval Accessed 30 December 2013.
  2. US Federal Food, Drug, and Cosmetic Act, SEC. 210., (g)(1)(B). Accessed 17 August 2008.
  3. Directive 2004/27/EC of the European Parliament and of the Council of 31 March 2004 amending Directive 2001/83/EC on the Community code relating to medicinal products for human use. Article 1. Published 31 March 2004. Accessed 17 August 2008.
  4. "Dictionary, medicine". http://dictionary.reference.com/browse/medicine। আহৰণ কৰা হৈছে: 2 December 2013. 
{{bottomLinkPreText}} {{bottomLinkText}}
ঔষধ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?