ওড়িশা
ওড়িশা ଓଡ଼ିଶା (ওড়িশা) |
|
---|---|
— ৰাজ্য — | |
ভাৰতবৰ্ষত উৰিষ্যাৰ অৱস্থান | |
ওড়িশা ৰাজ্যৰ মানচিত্ৰ | |
ভৌগোলিক স্থানাংক (ভুবনেশ্বৰ): 23°50′N 91°17′E / 23.84°N 91.28°Eস্থানাংক: 23°50′N 91°17′E / 23.84°N 91.28°E | |
দেশ | ভাৰত |
প্ৰতিষ্ঠা | ১ এপ্ৰিল ১৯৩৬ (উৎকল দিবস/ওড়িশা দিবস) |
ৰাজধানী | ভুবনেশ্বৰ |
জিলা | ৩০ |
চৰকাৰ | |
- ৰাজ্যপাল | এচ্ চি জমিৰ |
- মুখ্য মন্ত্ৰী | নবীন পট্টনায়ক |
- বিধান সভা | এককক্ষীয় |
- লোকসভা | |
- উচ্চ ন্যায়ালয় | ওড়িশা উচ্চ ন্যায়ালয় |
মাটিকালি | |
- মুঠ | ১,৫৫,৮২০ কি.মি.২ (৬০,১৬২.৪ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | ৯ম |
জনসংখ্যা (২০১১) | |
- মুঠ | ৪,১৯,৪৭,৩৫৮ জন |
- স্থান | ১১তমতম |
- জনঘনত্ব | ২৬৯.২ প্ৰতি বৰ্গ কি.মি. (৬৯৭.২ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
আই এচ অ’ ৩১৬৬ কোড | IN-TR |
সাক্ষৰতা হাৰ | ৭৩.৪৫% |
চৰকাৰী ভাষা | উড়িয়া |
ৱেবছাইট | odisha.gov.in |
ওড়িশা ভাৰতৰ পূৱ প্ৰান্তৰ এখন ৰাজ্য। এই ৰাজ্য পৰ্যটনৰ সুব্যৱস্থাৰ বাবে জনা যায়। ৰাজ্যখনৰ ৰাজধানী ভুবনেশ্বৰক চিটি অৱ টেম্পলচ্ বা মন্দিৰৰ নগৰ বোলা হয়।
ৰাজ্যখনৰ কাষৰীয়া ৰাজ্য পশ্চিমবঙ্গ, ঝাৰখণ্ড, ছত্তীছগঢ় আৰু অন্ধ্ৰ প্ৰদেশ আছে। ৰাজ্যখনৰ সোঁফালে বঙ্গোপসাগৰ আছে।
ভাষা
[সম্পাদনা কৰক]ওড়িশাৰ ৰাজ্য ভাষা ওড়িয়া।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]
|
Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.