For faster navigation, this Iframe is preloading the Wikiwand page for এলিফেণ্টা গুহাসমূহ.

এলিফেণ্টা গুহাসমূহ

অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে অধিক তথ্য থাকিব পাৰে, সম্পাদনা কৰা পূৰ্বে সেয়াও এবাৰ চকু ফুৰাই চাই যেন।
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
এলিফেণ্ট গুহাসমূহ
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম

এলিফেণ্ট গুহাত খোদিত ত্ৰিমূৰ্তিৰ মূৰ্তি

দেশ ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি (i)(iii)
উদ্ধৃতি 244 rev
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল দক্ষিণ এছিয়া
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৭ (১১শ অধিবেশন)

স্থানাংক: 18°57′30″N 72°55′50″E / 18.95833°N 72.93056°E / 18.95833; 72.93056 এলিফেণ্টা গুহাসমূহ (ইংৰাজী: Elephanta Caves)মাৰাঠী - ঘাৰাপূৰী - গুহা নগৰী। মুম্বাইৰ এলিফেণ্ট দ্বীপ বা গুহা দ্বীপ এটি গুহাভাস্কৰ্যৰ সমষ্টি। ই মুম্বাইৰপৰা ১০ কি.মি. পূৱে অৱস্থিত। আৰব সাগৰৰ এটি বাহুৰ ওপৰত অৱস্থিত এই দ্বীপটিত গুহাসমূহ দুটি শ্ৰেণীত বিভক্ত। প্ৰথম শ্ৰেণীটো বৃহৎ, এই শ্ৰেণীত পাঁচটা হিন্দু গুহা অৱস্থিত। দ্বিতীয় শ্ৰেণীটো ক্ষুদ্ৰতৰ, ইয়াত দুটা বৌদ্ধ গুহা আছে। হিন্দু গুহাসমূহত প্ৰস্তৰখোদিত ভাস্কৰ্য আছে। এইসমূহ হিন্দু শৈৱ্য সম্প্ৰদায়ৰ প্ৰধান দেবতা শিৱৰ মূৰ্তি আছে। পঞ্চমৰপৰা অষ্টম শতাব্দীৰ মধ্যবৰ্তী সময়ত এই প্ৰস্তৰখোদিত ভাস্কৰ্য নিৰ্মিত হয়। এইসমূহৰ নিৰ্মাণকৰ্তাৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। বেচাল্ট পাথৰৰ কুন্দত এই গুহাসমূহ নিৰ্মিত। ১৯৭০-ৰ দশকত পুনঃনবীকৰণৰ পাছত ১৯৮৭ চনত এই গুহাসমূহৰ শিল্পকৰ্ম সংৰক্ষণৰ উদ্দেশ্যে ইয়াক ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰা হয়।[1][2]

ভৌগোলিক অৱস্থান

Elephanta is located in Mumbai
(({alt))}
Elephanta
Elephanta (Mumbai)
The hills of the Elephanta Islands
The Welcome signboard of the Elephanta Islands

এলিফেণ্টা দ্বীপ অথবা ঘাৰাপূৰী, মুম্বাই বন্দৰৰ পৰা প্ৰায় ১১ কি.মি. পূব দিশে আৰু ট্ৰম্বেৰ পৰা প্ৰায় ৯.৭ কি.মি. দক্ষিণত অৱস্থিত। এই দ্বীপে প্ৰায় ১০ ব‍ৰ্গ কি.মি. ( উচ্চ জোৱাৰ ভাটা) বা ১৬ ব‍ৰ্গ কি.মি. ( নিম্ন জোৱাৰ ভাটা) অঞ্চল অধিকাৰ কৰি আছে। এই দ্বীপৰ দক্ষিণে ঘাৰাপূৰী নামৰ এখন সৰু গাঁও আছে। এই দ্বীপলৈ নিতৌ গে'টৱে অৱ ইণ্ডিয়াৰ পৰা যন্ত্ৰ চালিত নৌকা সেৱা ব‍্যৱস্থা আছে। এলিফেণ্টা দ্বীপ সোমবাৰে বন্ধ থাকে। এলিফেণ্টা দ্বীপ দীঘলে প্ৰায় ২.৪ কি.মি., ইয়াত ৫০০ ফুট (১৫০ মি) উচ্চতাৰ ২টা পাহাৰ আছে। এই দ্বীপৰ মাজভাগতে উত্তৰৰ পৰা দক্ষিণলৈ এখন ক্ষুদ্ৰ নদী বৈ গৈছে। ইয়াত অৱস্থিত পাহাৰত বিস্তাৰিত অঞ্চলজুৰি হাবিৰ লগতে আম, তেতেলী, পাম্ গছ দেখা যায়। পাহাৰৰ নিম্ন অঞ্চলত ধান খেতি কৰা দেখা যায়। সমুদ্ৰ তীৰ অঞ্চল বোকা আৰু বালিৰে গঠিত, লগতে মেংগ্ৰভৰ জোপোহা বিস্তাৰিত হৈ আছে।


তথ্য সংগ্ৰহ

  1. "Elephanta Caves" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/244.pdf। আহৰণ কৰা হৈছে: 2010-11-06. 
  2. "Elephanta Caves". World Heritage: Unesco.org. http://whc.unesco.org/en/list/244। আহৰণ কৰা হৈছে: 2010-11-06. 

বাহ্যিক সংযোগ

{{bottomLinkPreText}} {{bottomLinkText}}
এলিফেণ্টা গুহাসমূহ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?