For faster navigation, this Iframe is preloading the Wikiwand page for এডাম স্মিথ.

এডাম স্মিথ

এডাম স্মিথ
A sketch of Adam Smith facing to the right
সম্পূৰ্ণ নাম এডাম স্মিথ
জন্ম ১৬ জুন [পুৰণা নিয়মত ৫ জুন] ১৭২৩
ক্ৰিকক্লেডি, ফিফে ৰাজ্য, স্কটলেণ্ড
মৃত্যু ১৭ জুলাই, ১৭৯০ (৬৭ বছৰ)
এডিনব্ৰাহ, স্কটলেণ্ড
অঞ্চল পাশ্চাত্য দৰ্শন
ধাৰা ধ্ৰুপদী উদাৰতাবাদ
আগ্ৰহ ৰাজনৈতিক দৰ্শন, নৈতিকতা, অৰ্থনীতি
উল্লেখযোগ্য কৰ্ম ধ্ৰুপদী অৰ্থনীতি, আধুনিক মুক্ত বজাৰ, শ্ৰম বিভাজন, "অদৃশ্য হাত"
প্ৰভাৱিত হয়
  • Aristotle · Cantillon[1] · Hume · Hutcheson · Mandeville · Quesnay · Locke · Burke
প্ৰভাৱিত কৰে
  • Bastiat · Friedman · Hayek · Mises · Rothbard · Rand · Krugman · Sowell · Hegel · Hodgskin · Keynes · Malthus · Marx  · Mill · Proudhon[2] · Ricardo · Saint-Simon · Say · Sismondi · Chomsky · George · Comte · Nash · Sieyès[3]
স্বাক্ষৰ

আডাম স্মিথ (ইংৰাজী: Adam Smith; ১৬ জুন [পুৰণা নিয়মত ৫ জুন] ১৭২৩[4] – ১৭ জুলাই ১৭৯০) এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আছিল। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি।[5] তেওঁক "অৰ্থনীতিৰ জনক"[6] বা "পুঁজিবাদৰ জনক" বুলিও জনা যায়।[7] স্মিথৰ দুই মূল গ্ৰন্থ হ'ল দ্য থিয়'ৰি অৱ মৰেল চেণ্টিমেণ্ট্‌ছ (১৭৯৫) আৰু এন এনকুৱাইৰি ইণ্টু দ্য নেচাৰ এণ্ড কজেচ অৱ দ্য ৱে'ল্থ অৱ নেশ্বন্স (১৭৭৬)। দ্য ৱে'ল্‌থ অৱ নেচন্স তেওঁৰ আটাইতকৈ প্ৰভাৱ বিস্তাৰ কৰা গ্ৰন্থ। এই গ্ৰন্থ আধুনিক অৰ্থনীতিৰ প্ৰথম গ্ৰন্থ বুলি কোৱা হয়। এই গ্ৰন্থত স্মিথে পূৰ্ণ উপকাৰিতাৰ ধাৰণা আগাঢ়াইছিল।[8]

জীৱন

স্মিথে গ্লাছগ' বিশ্ববিদ্যালয়ত সামাজিক দৰ্শন অধ্যয়ন কৰিছিল। তেওঁ স্কটলেণ্ডৰেই জন স্নেলৰ ছাত্ৰবৃত্তিৰে বালিয়'ল মহাবিদ্যালয়, অক্সফ'ৰ্ডতো অধ্যয়ন কৰিবলৈ গৈছিল। তাৰ পাছত তেওঁ এলানি সফল সৰ্বজনীন বক্তৃতা আগবঢ়ালে এডিনবাৰ্ঘ বিশ্ববিদ্যালয়ত।[9] ফলস্বৰূপে তেওঁ ডেভিড হ্যুমৰ সৈতে কাম কৰিছিল। স্মিথে গ্লাছগ'ত অধ্যাপকৰ দায়িত্ব লাভ কৰিছিল। সেই কালতেই তেওঁ নিজৰ গ্ৰন্থ 'এ থিয়'ৰি অৱ মৰেল চেণ্টিমেণ্টছ' লিখি উলিয়াইছিল। পাছলৈ তেওঁ ব্যক্তিগত শিক্ষকৰ ভূমিকা গ্ৰহণ কৰিছিল যিয়ে তেওঁক সমগ্ৰ ইউৰোপ ভ্ৰমি বৌদ্ধিক অগ্ৰণীসকলক লগ কৰাৰ সুযোগ প্ৰদান কৰিলে।

আধুনিক অৰ্থনীতিলৈ অৱদান

স্মিথে ধ্ৰুপদী মুক্ত বজাৰ অৰ্থনৈতিক সূত্ৰৰ ভেঁটি তৈয়াৰ কৰিছিল। দ্য ৱে'ল্থ অৱ নেশ্বন্স আধুনিক অৰ্থনীতিৰ অগ্ৰদূত। এই গ্ৰন্থত আৰু অন্যান্য কৰ্মত তেওঁ শ্ৰমৰ বিভাজনৰ ধাৰণা আগবঢ়াইছিল। তেওঁ দেখুৱাইছিল কেনেকৈ বিবেকশীল স্বাৰ্থপৰতা আৰু প্ৰতিযোগিতাই অৰ্থনৈতিক সমৃদ্ধি আনিব পাৰে। স্মিথ নিজৰ সময়ত বিতৰ্কিত আছিল আৰু হোৰচ ৱালপ'লৰ দৰে লেখকে তেওঁৰ লিখনশৈলীৰ ব্যংগ তৈয়াৰ কৰিছিল।[10]

তথ্য সংগ্ৰহ

  1. Nevin, Seamus (2013). "Richard Cantillon: The Father of Economics". History Ireland খণ্ড 21 (2): 20–23. 
  2. Billington, James H. (1999). Fire in the Minds of Men: Origins of the Revolutionary Faith. Transaction Publishers. পৃষ্ঠা. 302. 
  3. Stedman Jones, Gareth (2006). "Saint-Simon and the Liberal origins of the Socialist critique of Political Economy". In Aprile, Sylvie; Bensimon, Fabrice. La France et l'Angleterre au XIXe siècle. Échanges, représentations, comparaisons. Créaphis. পৃষ্ঠা. 21–47. 
  4. "Adam Smith (1723–1790)". BBC. https://www.bbc.co.uk/history/historic_figures/smith_adam.shtml. "Adam Smith's exact date of birth is unknown, but he was baptised on 5 June 1723." 
  5. "Great Thinkers of the Scottish Enlightenment". https://www.bbc.co.uk/history/scottishhistory/enlightenment/features_enlightenment_enlightenment.shtml. 
  6. Sharma, Rakesh. "Adam Smith: The Father of Economics". Investopedia. https://www.investopedia.com/updates/adam-smith-economics/। আহৰণ কৰা হৈছে: 2019-02-20. 
  7. "Adam Smith: Father of Capitalism". www.bbc.co.uk. https://www.bbc.co.uk/programmes/w3csvsfb। আহৰণ কৰা হৈছে: 2019-02-20. 
  8. "Absolute Advantage – Ability to Produce More than Anyone Else" (en-US ভাষাত). Corporate Finance Institute. https://corporatefinanceinstitute.com/resources/knowledge/economics/what-is-absolute-advantage/। আহৰণ কৰা হৈছে: 2019-02-20. 
  9. "Adam Smith: Biography on Undiscovered Scotland". www.undiscoveredscotland.co.uk. https://www.undiscoveredscotland.co.uk/usbiography/s/adamsmith.html। আহৰণ কৰা হৈছে: 2019-07-30. 
  10. John, McMurray. "Capitalism's 'Founding Father' Often Quoted, Frequently Misconstrued". Investor.com. https://www.investors.com/news/management/leaders-and-success/capitalisms-founding-father-often-quoted-frequently-misconstrued/। আহৰণ কৰা হৈছে: 31 May 2019. 

বাহ্যিক সংযোগ

{{bottomLinkPreText}} {{bottomLinkText}}
এডাম স্মিথ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?