For faster navigation, this Iframe is preloading the Wikiwand page for ইমৰান খান.

ইমৰান খান

ইমৰান খান

এইচটি পিপি
عمران خان
২২তম পাকিস্তানৰ প্ৰধানমন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৮ আগষ্ট ২০১৮
ৰাষ্ট্ৰপতি মামনুন হুছেইন
পূৰ্বসূৰী নাছিৰুল মুলক (Caretaker Prime Minister of Pakistan
পাকিস্তান তেহৰিক-ই-ইনছাফ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৫ এপ্ৰিল ১৯৯৬
সহকাৰী শাহ মেহমুদ কোৰেছী
পূৰ্বসূৰী অবস্থান প্ৰতিষ্ঠিত
পাকিস্তানৰ জাতীয় পৰিষদৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১১ মে ২০১৩
পূৰ্বসূৰী হানিফ আব্বাছী
সমষ্টি এনএ-৫৬ (ৰাৱলপিণ্ডি-VII)
সংখ্যা গৰিষ্ঠতা ১৩,২৬৮ (৮.২৮%)
কাৰ্যকাল
১০ অক্টোবৰ ২০০২ – ৩ নৱেম্বৰ ২০০৭
পূৰ্বসূৰী নিৰ্বাচনী এলেকা প্ৰতিষ্ঠিত
উত্তৰসূৰী নবাবজাদা মালিক আমাদ খান
সমষ্টি এনএ-৭১ (মিয়ানোৱালী-I)
সংখ্যা গৰিষ্ঠতা ৬,২০৪ (৪.৪৯%)
বেডফ'ৰ্ড বিশ্ববিদ্যালয় ইয়াৰ চেন্সেলৰ
কাৰ্যকাল
৭ ডিচেম্বৰ ২০০৫ – ২০১৪
পূৰ্বসূৰী বেৰনেস লকউড
উত্তৰসূৰী কেট ছোৱান
ব্যক্তিগত তথ্য
জন্ম
ইমৰান আহমদ খান নিয়াজী

৫ অক্টোবৰ, ১৯৫২ (৭১ বছৰ)[1]
লাহোৰ, পঞ্জাব, পাকিস্তান
ৰাষ্ট্ৰীয়তা  পাকিস্তান
ৰাজনৈতিক দল পাকিস্তান তেহৰিক-ই-ইনছাফ
দাম্পত্যসঙ্গী জেমিমা গ'ল্ডস্মিথ (বি. ১৯৯৫; বিবি. ২০০৪)
ৰেহাম খান (বি. ২০১৪; বিবি. ২০১৫)
বুছৰা মনিকা (বি. ২০১৮)
ঘৰুৱা সহযোগী সীতা হোৱাইট (প্ৰায় ১৯৮৭–৯১)[2]
সন্তান [3]
বাসস্থান বানি গালা, ইছলামাবাদ
শিক্ষানুষ্ঠান কেবেল কলেজ, অক্সফ'ৰ্ড
পেচা
  • ক্ৰিকেটাৰ
  • ৰাজনীতিবিদ
  • জনহিতৈষী
  • লেখক
মুঠ মূল্য ৩৮ মিলিয়ন[4]
পুৰস্কাৰ হিলাল-ই-ইমতিয়াজ (১৯৯২)
প্ৰাইড অব পাৰফৰমেন্স (১৯৮৩)
ইমৰান খান
ব্যক্তিগত তথ্য
বেটিং শৈলী সোঁহতীয়া বেট্‌ছমেন (RHB)
বলিং শৈলী সোঁহতীয়া দ্ৰুতবেগী
ভূমিকা অল-ৰাউণ্ডাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল পাকিস্তান
টেষ্ট অভিষেক (কেপ 88) ৩ জুন ১৯৭১ বনাম ইংলেণ্ড
অন্তিম টেষ্ট ২ জানুৱাৰী ১৯৯২ বনাম শ্ৰীলংকা
অ'ডিআই অভিষেক (কেপ 175) ৩১ আগষ্ট ১৯৭৪ বনাম ইংলেণ্ড
অন্তিম অ'ডিআই ২৫ মাৰ্চ ১৯৯২ v ইংলেণ্ড
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট অ'ডিআই এফচি এলএ
মুঠ খেল 88 175 382 425
ৰাণ 3807 3709 17771 10100
বেটিং গড় 37.69 33.41 36.79 33.22
শতক/অৰ্ধশতক 6/18 1/19 30/93 5/66
সৰ্বোচ্চ ৰাণ 136 102* 170 114*
বল 19458 7461 65224 19122
উইকেট 362 182 1287 507
বলিং গড় 22.81 26.61 22.32 22.31
এটা ইনিংছত ৫টা উইকেট 23 1 70 6
এখন খেলত ১০টা উইকেট 6 0 13 0
শ্ৰেষ্ঠ বলিং 8/58 6/14 8/34 6/14
কেচ্চ/ষ্টাম্পিং 28/0 36/0 117/0 84/0
উৎস: http://www.espncricinfo.com/canada/content/player/40560.html ইএছপিএনক্ৰীকইনফ', ৫ নৱেম্বৰ ২০১৪

ইমৰান খান নিয়াজি (উৰ্দু: عمران احمد خان نیازی ) পাকিস্তানৰ বৰ্তমান প্ৰধানমন্ত্ৰী, পাকিস্তান জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ আৰু অধিনায়ক। খেলুুুৱৈ জীৱনৰ শেষত তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে। তেওঁ বিশ্ব ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰসকলৰ ভিতৰত অন্যতম। তেওঁৰ অধিনায়কত্বতে পাকিস্তানে ১৯৯২ চনৰ বিশ্বকাপ জয় কৰিছিল।

জন্ম আৰু পৰিচয়

[সম্পাদনা কৰক]

ইমৰান খানৰ জন্ম হৈছিল ১৯৫২ চনৰ ৫ অক্টোবৰত পাকিস্তানৰ লাহোৰ, পঞ্জাবত।

ৰাজনীতি

[সম্পাদনা কৰক]

১৯৯২ চনৰ বিশ্বকাপ জয়ৰ পিছত ১৯৯৬ চনত ইমৰান খান ৰাজনীতিত প্ৰৱেশ কৰে। দুৰ্নীতি বিৰোধী শ্লগানেৰে ১৯৯৬ চনৰ এপ্ৰিলত প্ৰতিষ্ঠা কৰে পাকিস্তান তেহৰিক-ই-ইনছাফ নামৰ এটা ৰাজনৈতিক দল।  পৰবৰ্তী বছৰত ১৯৯৭ চনত তেওঁ নিৰ্বাচনত দুটা কেন্দ্ৰৰ পৰা প্ৰতিদ্বন্দ্বীতা আগবঢ়াই যদিও দুয়োটাতে পৰাজিত হয়। পিছত তেওঁ ২০০২ চনৰ নিৰ্বাচনত জয়ী হয়।[5]

২০০৭ চনত ৰাষ্ট্ৰপতি হোৱা মোছাৰফে তৎকালীন সেনা প্ৰধানৰ পদত থাকিয়েই নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বীতা কৰিছিল। ইমৰান খানে সেই নিৰ্বাচনৰ বিৰোধিতা কৰি সেই বছৰৰ ২ অক্টোবৰত ৮৫ জন সাংসদৰ সৈতে পদত্যাগ কৰিছিল। সেই বাৰৰ নিৰ্বাচনত ৰাষ্ট্ৰপতি হৈ মোছাৰফে পাকিস্তানত জৰুৰী অৱস্থা জাৰি কৰিছিল। ইমৰান খানক গৃহবন্দী কৰা হৈছিল। সেইসময়ত তেওঁ কিছুদিন কাৰাবাস খতাৰ পিছত মুক্তি পায়।

২০১৩ চনত পাকিস্তানৰ ১০তম নিৰ্বাচনত তেওঁৰ দল দ্বিতীয় বৃহত্তম দল হিচাপে আসন লাভ কৰে। আৰু ২০১৮ চনৰ ২৫ জুলাইত পাকিস্তানৰ ১১ তম জাতীয় পৰিষদৰ নিৰ্বাচনত তেওঁৰ দল আসন সংখ্যাৰ হিচাপত সৰ্ববৃহৎ দলত পৰিণত হয়। তেওঁ ২০১৮ চনৰ ১৮ আগষ্টত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।[6]

ক্ৰিকেট কেৰিয়াৰ

[সম্পাদনা কৰক]

ইমৰান খানে ১৬ বছৰ বয়সতে লাহোৰত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৭০ দশকত তেওঁ ঘৰুৱা দল, লাহোৰ এ(১৯৬৯-৭০), লাহোৰ বি(১৯৬৯-৭০), লাহোৰ গ্ৰীন্স(১৯৭০-৭১) আৰু অৱশেষত, লাহোৰ (১৯৭০-৭১) দলৰ হৈ খেলিছিল।[7] ১৯৭৩-৭৫ৰ সময়ছোৱাত তেওঁ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ ব্লুজ ক্ৰিকেট দলৰ অংশ আছিল।

১৯৭১ চনৰ জুন মাহত তেওঁ এজবাষ্টন ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তানী জাতীয় ক্ৰিকেট দলৰ হৈ টেষ্ট ক্ৰিকেটৰ শুভাৰম্ভ কৰিছিল।[8] ইয়াৰ তিনি বছৰৰ পিছত, ১৯৭৪ চনৰ আগষ্টত তেওঁ আকৌ ইংলেণ্ডৰ বিৰুদ্ধেই ট্ৰেণ্ট ব্ৰীজত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট মেছ খেলিছিল।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "#HappyBirthdayIK: PTI Chairman Imran Khan turns 62". DAWN.COM (Dawn). 5 October 2014. http://www.dawn.com/news/1136414/happybirthdayik-pti-chairman-imran-khan-turns-62. 
  2. "Imran Khan may take custody of daughter". www.hellomagazine.com. Archived from the original on 2018-07-26. https://web.archive.org/web/20180726135148/https://www.hellomagazine.com/celebrities/2004/05/17/sitawhite/। আহৰণ কৰা হৈছে: 2019-10-02. 
  3. "The tragedy of Sita, heiress entangled in a murky business". https://www.independent.co.uk/news/world/americas/the-tragedy-of-sita-heiress-entangled-in-a-murky-business-51729.html. 
  4. "Politicians list assets at ‘unbelievably’ low values". pakistantoday.com.pk. 21 June 2018. Archived from the original on 25 March 2019. https://web.archive.org/web/20190325225958/https://www.pakistantoday.com.pk/2018/06/21/politicians-list-assets-at-unbelievably-low-prices/। আহৰণ কৰা হৈছে: 2 October 2019. 
  5. "ভোট খেলায়ও ‘ম্যান অব দ্য ম্যাচ’". Jugantor. 2018-07-27. https://www.jugantor.com/todays-paper/ten-horizon/74444/%E0%A6%AD%E0%A7%8B%E0%A6%9F-%E0%A6%96%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A7%9F%E0%A6%93-%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8-%E0%A6%85%E0%A6%AC-%E0%A6%A6%E0%A7%8D%E0%A6%AF-%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%9A. 
  6. https://www.bbc.com/news/world-asia-45231375
  7. "Imran Khan". CricketArchive. http://cricketarchive.com/Archive/Players/1/1383/1383.html। আহৰণ কৰা হৈছে: 5 नवंबर 2007. 
  8. 8.0 8.1 Kuchibhotla, Akshaj (2014-08-14). "Imran Khan's debut in International cricket". https://www.sportskeeda.com/amp/cricket/imran-khan-debut-in-international-cricket. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
Sporting positions
পূৰ্বৱৰ্তী
জাহেৰ আব্বাছ
জাহেৰ আব্বাস
আব্দুল কাদিৰ
পাকিস্তানৰ ক্ৰিকেট অধিনায়ক
১৯৮২–১৯৮৩
১৯৮৫–১৯৮৭
১৯৮৯–১৯৯২
পৰৱৰ্তী
ছৰফৰাজ নৱাজ
আব্দুল কাদিৰ
জাভেদ মিয়াঁদাদ
দলৰ ৰাজনৈতিক কাৰ্যালয়সমূহ
পূৰ্বৱৰ্তী
দল গঠন
পাকিস্তান তাৰেক-ই-ইন্সাফেৰ চেয়াৰমেন
১৯৯৬–বৰ্তমান
পৰৱৰ্তী
Incumbent
একাডেমীক মুৰব্বীসকল
পূৰ্বৱৰ্তী
Baroness Lockwood
ব্ৰ্যাডফোৰ্ড বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ
২০০৫–বৰ্তমান
পৰৱৰ্তী
Incumbent
{{bottomLinkPreText}} {{bottomLinkText}}
ইমৰান খান
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?