For faster navigation, this Iframe is preloading the Wikiwand page for ইনলেণ্ড টাইপেন.

ইনলেণ্ড টাইপেন

ইনলেণ্ড টাইপেন
Inland taipan
অষ্ট্ৰেলিয়া চিৰিয়াখানাত ইনলেণ্ড টাইপেন
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
উপপৰ্ব: Vertebrata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Elapidae
গণ: Oxyuranus
প্ৰজাতি: O. microlepidotus
বৈজ্ঞানিক নাম
Oxyuranus microlepidotus
(F. McCoy, 1879)
ইনলেণ্ড টাইপেনৰ বিস্তৃতি(ৰঙা)[1][2][3]
সমাৰ্থক
  • Diemenia microlepidota
    Frederick McCoy, 1879
  • Diemenia ferox
    William John Macleay, 1882
  • Pseudechis microlepidotus / Pseudechis ferox
    —George Albert Boulenger, 1896
  • Parademansia microlepidota
    Kinghorn, 1955
  • Oxyuranus scutellatus microlepidotus
    — Worrell, 1963
  • Oxyuranus microlepidotus
    — Covacevich et al., 1981[4]

ইনলেণ্ড টাইপেন (ইংৰাজী: Inland Taipan) (বৈজ্ঞানিক নাম: Oxyuranus microlepidotus), বা স্মল স্কেলড স্নেক (Small Scaled Snake) বা ফিয়াৰছ্ স্নেক (Fierce Snake) একপ্ৰকাৰৰ বিষাক্ত সাপ। ইয়াৰ মূল বাসস্থান অষ্ট্ৰেলিয়া। ইনলেণ্ড টাইপেন পৃথিৱীৰ আটাইতকৈ বেছি বিষাক্ত সাপ হিচাপে জনাজাত।[5][6] ই এলাপিডি পৰিয়ালৰ অন্তৰ্গত টাইপেন গণৰ এটি প্ৰজাতি। যদিও ই অত্যন্ত বিষধৰ, তথাপিও আচাৰ-আচৰণৰ দিশৰ পৰা ই এটি যথেষ্ট শান্ত আৰু পৰাপক্ষত লুকাই থাকিবলৈ ভাল পায়। বিপদত পৰিলে ই প্ৰথমে পলাবলৈ চেষ্টা কৰে। উপায়হীন হলে দংশন কৰে।[7]

ইনলেণ্ড টাইপেনৰ ছাল গাঢ় ৰং বিশিষ্ট। ই গাঢ় বাদামী ক'লাৰ পৰা ক'লা ছানেকীয়া সেউজীয়া ৰঙৰ হব পাৰে। ইয়াৰ পিছফাল আৰু নেজ সাধাৰণিতে ধূসৰ ৰঙৰ আৰু বাদামী ৰং বিশিষ্ট। কিছু কিছু ক্ষেত্ৰত ক'লা ৰঙৰো হোৱা দেখা যায়। ইনলেণ্ড টাইপেনৰ গড় দৈৰ্ঘ প্ৰায় ১.৮ মিটাৰ (5.9 ফুট) আৰু সৰ্বোচ্চ ২.৫ মিটাৰ (8.2 ফুট) হব পাৰে।[8]

ভূ-তাত্ত্বিক বিস্তৃতি

[সম্পাদনা কৰক]

ইনলেণ্ড টাইপেনৰ মূল বাসস্থান হৈছে অষ্ট্ৰেলিয়াৰ মধ্যভাগৰ শুষ্ক আৰু অনুৰ্বৰ অঞ্চল, তাৰপৰা উত্তৰাঞ্চলৰ টেৰীটৰি, দক্ষিণ-পশ্চিমাঞ্চল, আৰু পশ্চিম কুইনছ লেণ্ড। তদুপৰি আয়াৰ হ্ৰদৰ উত্তৰে, মাৰি নদীৰ পশ্চিম প্ৰান্ত, আৰু ডাৰ্লিং নদী আৰু আৰু মাৰাম্‌বিজি নদীৰ অৱবাহিকাত এই সাপৰ বিস্তৃতি লক্ষ্য কৰা যায়। শুস্ক অঞ্চলত এই সাপ ব্যাপক ভাবে দেখিবলৈ পোৱা যায়।

ইনলেণ্ড টাইপেন মূলত এটি গাঁতত বাস কৰা সাপ। ইয়াৰ মূল খাদ্য তালিকাত সাধাৰণতে সৰু নিগনি জাতীয় জীৱ অন্তৰ্ভুক্ত।

খাদ্যাভাস

[সম্পাদনা কৰক]

এই সাপ মূলত নিগনি জাতীয় জীৱ, এন্দুৰ, আৰু পক্ষী খাই জীৱন নিৰ্বাহ কৰে । চিকাৰৰ বাবে ই চুপ লৈ চিকাৰ কৰে আৰু দংশনৰ মাধ্যমত চিকাৰক ধৰাশায়ী কৰে। তাৰপিছত নিৰাপদে চিকাৰ ভক্ষণৰ বাবে চিকাৰৰ মৃত্যু পৰ্যন্ত অপেক্ষা কৰে।

কণী পৰাৰ সময় হলে ইনলেণ্ড টাইপেনে একেলগে ১২-২৪টা কণী পাৰে। দুই মাহ পিছত কণীৰ পৰা পোৱালি জাগে। সচৰাচৰ কোনো প্ৰাণীৰ পৰিত্যক্ত বসবাসৰ ঠাইত ই কণী পাৰে। অন্যান্য প্ৰাণীৰ দৰে প্ৰজনৰ হাৰ খাদ্যৰ সহজলভ্যতাৰ ওপৰত নিৰ্ভৰ কৰে। খাদ্যৰ অভাৱত ইহঁতৰ প্ৰজনৰ হাৰ কমি যায়।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Animals of Queensland. Western Taipan Oxyuranus microlepidotus. Queensland Museum. Retrieved November 8, 2013.
  2. Australian Reptile Online Database (28 March 2007). Inland taipan distribution. arod.com.au. Retrieved November 8, 2013.
  3. Oxyuranus microlepidotus (McCoy, 1879) Western Taipan. Atlas of Living Australia. Retrieved November 8, 2013.
  4. Fohlman, J. (1979). "Comparison of two highly toxic Australian snake venoms: The taipan (Oxyuranus s. scutellatus) and the fierce snake (Parademansia microlepidotus)". Toxicon খণ্ড 17 (2): 170–2. doi:10.1016/0041-0101(79)90296-4. PMID 442105. 
  5. LD50 Values for snake venom, 1999
  6. www.manbir-online.com
  7. "Our Animals - Reptiles - Venomous Snakes - Fierce Snake". Australia Zoo. http://www.australiazoo.com.au/our-animals/amazing-animals/reptiles/?reptile=venomous_snakes&animal=fierce%20snake। আহৰণ কৰা হৈছে: 2009-05-21. 
  8. "Fierce Snake (Inland Taipan)". Australian Reptile Park. Archived from the original on 2010-08-26. https://web.archive.org/web/20100826012244/http://www.reptilepark.com.au/animals.asp?catID=16&ID=112। আহৰণ কৰা হৈছে: 2009-11-07. 

বহিঃসংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
ইনলেণ্ড টাইপেন
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?