For faster navigation, this Iframe is preloading the Wikiwand page for আম.

আম

অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে অধিক তথ্য থাকিব পাৰে, সম্পাদনা কৰা পূৰ্বে সেয়াও এবাৰ চকু ফুৰাই চাই যেন।
আম
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Anacardiaceae
গণ: Mangifera
প্ৰজাতি: M. indica
বৈজ্ঞানিক নাম
Mangifera indica
L.

আম (ইংৰাজী: Mango, বৈজ্ঞানিক নাম: Mangifera indica) হৈছে 'Mangifera' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ ৰসাল ফলধৰা উদ্ভিদ। এই উদ্ভিদবিধ দক্ষিণ এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়। আমে ভাৰতবৰ্ষ আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰীয় ফল আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় বৃক্ষ (national tree) হিচাপে স্বীকৃতি পাইছে।[1] Mangifera indica, সাধাৰণতে [[আম] নামেৰে জনাজাত, Anacardiaceae পৰিয়ালৰ পৃষ্ণ উদ্ভিদ ৰ এটা প্ৰজাতি। .[2] ই এটা ডাঙৰ ফলৰ গছ, সাঁচ:Convert/ফুটসাঁচ:Convert/test/Aঅফ। আধুনিক আম – ত দুটা সুকীয়া জিনীয় জনসংখ্যা আছে "ভাৰতীয় প্ৰকাৰ" আৰু "দক্ষিণ-পূব এছিয়ান প্ৰকাৰ"।


আমৰ ইংৰাজী নাম অৰ্থাৎ "mango" তামিল শব্দ ' māṅgai বা mankay' অথবা মালায়ালম শব্দ 'māṅga' শব্দৰ পৰা উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়।[3][4][5][6]

আম এবিধ বৃক্ষজাতীয় উদ্ভিদ। ইয়াৰ উচ্চতা প্ৰায় ৩৫-৪০ মিটাৰ পৰ্যন্ত হ'ব পাৰে। এই গছবিধ বহুদিন জীয়াই থাকে। কিছুমান আমগছ ৩০০ বছৰ পৰ্যন্ত ফল ধাৰণ কৰিব পৰা অৱস্থাতে থকাৰো তথ্য পোৱা যায়। আমগছৰ পাত চিৰসেউজীয়া, সৰল আৰু alternate হয়। এটা পাত সাধাৰণতে দীঘলে ১৫-৩৫ ছে:মি: আৰু বহলে ৬-১৬ ছে:মি: হয়। কুমলীয়া পাতৰ বৰণ কমলা-গুলপীয়া। পুৰঠ হোৱাৰ লগে লগে এই ৰং সলনি হৈ গাঢ় ৰঙা হৈ সেউজীয়া হৈ পৰে। ফুলৰ দৈৰ্ঘ্য প্ৰায় ১০-৮০ ছে:মি: হয়। আমৰ ফলৰ বৰণ আৰু আকাৰ পুৰঠ হোৱাৰ লগে লগে সলনি হয়।

আলোকচিত্ৰৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Mango tree National Tree
  2. purdue.edu/newcrop/morton/mango_ars.html "আম (Mangifera indica L.)". In: উষ্ণ জলবায়ুৰ ফল; নিউ ক্ৰপ ৰিচ'ৰ্চ অনলাইন প্ৰগ্ৰেম, চেণ্টাৰ ফৰ নিউ ক্ৰপছ এণ্ড প্লাণ্ট প্ৰডাক্টছ, পাৰ্ডু ইউনিভাৰ্চিটি. পৃষ্ঠাসমূহ: 221–239. https://hort. purdue.edu/newcrop/morton/mango_ars.html। আহৰণ কৰা হৈছে: ২৪ ডিচেম্বৰ ২০২১. [সংযোগবিহীন উৎস]
  3. Walter William Skeat, Notes on English etymology
  4. Mango at Encyclopaedia Britannica
  5. Mango Merriam Webster Dictionary.
    "Origin of mango: Portuguese manga, probably from Malayalam māṅga. First Known Use: 1582"
  6. "Definition for mango - Oxford Dictionaries Online (World English)". Oxforddictionaries.com. Archived from the original on 2012-02-04. https://web.archive.org/web/20120204102543/http://oxforddictionaries.com/definition/mango। আহৰণ কৰা হৈছে: 2012-06-17. 

লগতে চাওক

[সম্পাদনা কৰক]
  • Ensminger, Audrey H.; et al. (1995). The Concise Encyclopedia of Foods & Nutrition. CRC Press. পৃষ্ঠা. 651. ISBN 0-8493-4455-7. 
  • Litz, Richard E. (editor, 2009). The Mango: Botany, Production and Uses. 2nd edition. CABI. ISBN 978-1-84593-489-7
  • Susser, Allen (2001). The Great Mango Book: A Guide with Recipes. Ten Speed Press. ISBN 978-1-58008-204-4

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
আম
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?