For faster navigation, this Iframe is preloading the Wikiwand page for আন্তৰ্জাতিক শান্তি দিৱস.

আন্তৰ্জাতিক শান্তি দিৱস

আন্তৰ্জাতিক শান্তি দিৱস
আন্তৰ্জাতিক শান্তি দিৱস
ৰাষ্ট্ৰসংঘৰ পতাকা
পালন কৰে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ
প্ৰকাৰ আন্তঃৰাষ্ট্ৰীয় দিৱস
তাৰিখ ২১ ছেপ্টেম্বৰ
উদযাপন গোটেই বিশ্বজুৰি বিভিন্ন কাৰ্যসূচী পালন
সম্পৰ্কিত শান্তি আন্দোলন
অৱধি এদিন
সংঘটন বছৰেকীয়া

আন্তৰ্জাতিক শান্তি দিৱস (ইংৰাজী: International Day of Peace) বা বিশ্ব শান্তি দিৱস (World Peace Day) প্ৰতি বছৰে ২১ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সমূহ ৰাষ্ট্ৰসকলে পালন কৰে। বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা এই দিৱসৰ মূল উদ্দ্যেশ্য। হিংসা আৰু যুদ্ধৰ অৱনতি ঘটাই মানৱতা জাগ্ৰত কৰা এই দিৱসৰ অন্যতম লক্ষ্য। এই দিৱস পোন প্ৰথমে ১৯৮২ চনত পালন কৰা হৈছিল। ২০১৩ চনৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে শান্তি শিক্ষাৰ বাবে এই দিৱস চৰকাৰীভাৱে পালন কৰিবলৈ ঘোষণা কৰে।[1]

এই দিৱসৰ উদ্বোধনী অনুষ্ঠানত নিউয়ৰ্কত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত জাপানী শান্তি ঘণ্টা বজোৱা হৈছিল। এই ঘণ্টা আফ্ৰিকা মহাদেশৰ বাদে আন সকলো মহাদেশৰ লৰা-ছোৱালীয়ে দান কৰা মুদ্ৰাৰে বনোৱা হৈছিল। "বিশ্ব শান্তিময় হওক" মূলমন্ত্ৰৰে "যুদ্ধত হোৱা মানুহৰ কষ্ট"ৰ চিন স্বৰূপে এই ঘণ্টা ৰাষ্ট্ৰসংঘৰ উপহাৰ আছিল।[2]

এখন যুদ্ধবিহীন বিশ্ব প্ৰতিষ্ঠাৰ লক্ষ্যৰে ১৯৮১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত ৩৬/৬৭ নম্বৰ প্ৰস্তাৱ অনুসৰি প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ "তৃতীয় মংগলবৰ" ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশন আৰম্ভ হোৱা দিনটোক "আন্তৰ্জাতিক শান্তি দিৱস" হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত লোৱা হয়। পিছলৈ ২০০১ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে জাতিসংঘ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত ৫৫/২৮২ নম্বৰ প্ৰস্তাৱ অনুসৰি ২০০২ চনৰ পৰা প্ৰতি বছৰে ২১ ছেপ্টেম্বৰ তাৰিখে "আন্তৰ্জাতিক শান্তি দিৱস " হিচাপে উদযাপনৰ সিদ্ধান্ত লোৱা হয়।

কাৰ্যসূচী

[সম্পাদনা কৰক]

"আন্তৰ্জাতিক শান্তি দিৱস" উপলক্ষে প্ৰথমে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে "শান্তি ঘণ্টা" বজায় আৰু বিশেষ বাণী প্ৰদান কৰে। বিভিন্ন দেশৰ শিল্পী, শিক্ষাবিদ আৰু মানৱপ্ৰেমিক শান্তি দূত হিচাপে নিয়োগ কৰা হয় আৰু তেওঁলোকৰ অৱদান স্মৰণ কৰা হয়। তদুপৰি বিভিন্ন দেশ আৰু সংস্থায়ে নিজাববীয়াকৈ বিভিন্ন অনুষ্ঠান আয়োজন কৰা দেখা যায়।

২০১৬- বহনক্ষম উন্নয়নৰ লক্ষ্য: শান্তিৰ মুখ্য উপাদান

[সম্পাদনা কৰক]

২০১৬ চনৰ আন্তৰ্জাতিক শান্তি দিৱসৰ থিম বা মূল বিষয় আছিল ২০১৬- বহনক্ষম উন্নয়নৰ লক্ষ্য: শান্তিৰ মুখ্য উপাদান ("The Sustainable Development Goals: Building Blocks for Peace".)।[3]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "International Day of Peace Event Information". Secretary-General of the United Nations. http://www.un.org/en/events/peaceday/index.shtml। আহৰণ কৰা হৈছে: 18 July 2013. 
  2. "Secretary-General's Message on the International Day of Peace 21 September 2002". http://www.un.org/events/peaceday/2002/sg210902.htm। আহৰণ কৰা হৈছে: 2008-01-06. 
  3. "UN International Day of Peace", Retrieved on 17 September 2016.

বহিঃসংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
আন্তৰ্জাতিক শান্তি দিৱস
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?