For faster navigation, this Iframe is preloading the Wikiwand page for আদেশ শ্ৰীবাস্তৱ.

আদেশ শ্ৰীবাস্তৱ

আদেশ শ্ৰীবাস্তৱ
জন্ম ৪ ছেপ্টেম্বৰ, ১৯৬৬
জবলপুৰ, মধ্য প্ৰদেশ, ভাৰত
মৃত্যু ৫ ছেপ্টেম্বৰ, ২০১৫ (৫১ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সংগীত পৰিচালক, সুৰকাৰ, গায়ক
সক্ৰিয় হৈ থকা সময় ১৯৮৮-২০১৫
দাম্পত্যসঙ্গী বিজেতা পণ্ডিত (১৯৯০-২০১৫; তেওঁৰ মৃত্যুৰ সময়লৈ)
সন্তান

আদেশ শ্ৰীবাস্তৱ (৪ ছেপ্টেম্বৰ ১৯৬৬ – ৫ ছেপ্টেম্বৰ ২০১৫) এজন ভাৰতীয় সংগীত পৰিচালক আৰু গায়ক আছিল। সমগ্ৰ কৰ্মজীৱনত তেওঁ এশখনতকৈও বেছি হিন্দী বোলছবিত সংগীত দিছিল।

জবলপুৰৰ এক কায়স্থ হিন্দু পৰিয়ালত জন্মলাভ কৰা শ্ৰীবাস্তৱে ১৯৯৩ চনত কন্যাদান ছবিত সংগীত পৰিচালনা কৰাৰ সুযোগ লাভ কৰে। এই ছবিত লতা মংগেশকাৰৰো এটা গীত আছিল। কিন্তু বোলছবিখনে মুক্তি লাভ নকৰাত গীতবোৰেও বিশেষ প্ৰচাৰ নাপালে। জানে তমন্নাৰ ক্ষেত্ৰতো একে কথা হোৱাৰ পাছত আঅ' প্যাৰ কৰে বোলছবিৰে তেওঁ খ্যাতি লাভ কৰে। শ্ৰীবাস্তৱে "চ'না চ'না", "শ্বাৱা শ্বাৱা", "গুস্তাখিয়া" আদি কেইবাটাও হিট্‌ গানতো কণ্ঠদান কৰিছিল। ২০০৫ আৰু ২০০৯ চনত তেওঁ টেলিভিছনৰ চা ৰে গা মা পা চেলেঞ্জ অনুষ্ঠানত এজন বিচাৰক হিচাপে কাম কৰে।[1] ২০০৬ চনত তেওঁ শিশু যৌনকৰ্মীৰ বিষয়ে এখন চুটি কথাছবি "Sanaa" নিৰ্মাণ কৰে।[2][3] আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত তেওঁ এক'ন,[4] জুলিয়া ফ'ৰ্ডহাম[5] আৰু ৱাইক্লিফ জিনৰ সৈতে কাম কৰিছে।[6]

১৯৯০ চনত তেওঁ সংগীত পৰিচালক যতীন ললিতৰ ভগ্নী বিজেতা পণ্ডিতৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১০ চনত শ্ৰীবাস্তৱৰ দেহত মাল্টিপল মায়েল'মা নামৰ কৰ্কট ৰোগ ধৰা পৰে। ৪৯ বছৰ বয়স সম্পূৰ্ণ কৰাৰ এদিন পাছতে ২০১৫ চনৰ ৫ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১২:৩০ বজাত মুম্বাইৰ ককিলাবেন চিকিৎসালয়ত শ্ৰীবাস্তৱৰ মৃত্যু ঘটে।[7][8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Jha, Subhash K.. "War of the music composers, literally". Rediff. http://inhome.rediff.com/movies/2005/aug/22aadesh.htm। আহৰণ কৰা হৈছে: 30 March 2011. 
  2. "Review of Sanaa". One India. Archived from the original on 13 July 2012. https://archive.is/20120713015157/http://entertainment.oneindia.in/bollywood/features/sanaa-120906.html। আহৰণ কৰা হৈছে: 30 March 2011. 
  3. Murari, Charisma (29 January 2006). "'I couldn't just walk on'". Times of India. http://timesofindia.indiatimes.com/hyderabad-times/I-couldnt-just-walk-on/articleshow/1391439.cms। আহৰণ কৰা হৈছে: 30 March 2011. 
  4. "Akon in city, lends voice to SRK’s Ra.1". Indian Express. 9 March 2010. http://www.indianexpress.com/news/akon-in-city-lends-voice-to-srks-ra.1/588617/। আহৰণ কৰা হৈছে: 31 March 2011. 
  5. "Julia Fordham Raises Money for Tsunami-stricken School". Paste. 16 March 2005. Archived from the original on 20 October 2012. https://web.archive.org/web/20121020122907/http://www.pastemagazine.com/articles/2005/03/julia-fordham-raises-money-for-tsunamistricken-sch.html। আহৰণ কৰা হৈছে: 30 March 2011. 
  6. Sanneh, Kelefa (3 December 2007). "New CDs". New York Times. http://www.nytimes.com/2007/12/03/arts/music/03choi.html। আহৰণ কৰা হৈছে: 30 March 2011. 
  7. "Aadesh Shrivastava loses battle with cancer, passes away at 49". Dna. 5 September 2015. http://www.dnaindia.com/entertainment/report-aadesh-shrivastava-loses-battle-with-cancer-passes-away-at-49-2122066। আহৰণ কৰা হৈছে: 5 September 2015. 
  8. "RIP : Music Composer Aadesh Shrivastava is no more.". Bollywood Reporter. Archived from the original on September 7, 2015. https://web.archive.org/web/20150907221135/http://www.bollywoodreporter.net/2015/09/rip-music-composer-aadesh-shrivastava.html। আহৰণ কৰা হৈছে: September 5, 2015. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
আদেশ শ্ৰীবাস্তৱ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?